অসম

assam

By

Published : Jul 11, 2019, 3:38 PM IST

ETV Bharat / state

কামাখ্যাত ভূমিস্খলন

কামাখ্যা মন্দিৰলৈ যোৱা পথত পাহাৰ খহি পৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । কামাখ্যাত জিৰণি কোঠা নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন

কামাখ্যাত ভূমিস্খলন

গুৱাহাটী, 11 জুলাইঃ বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলন ৷ বৃহস্পতিবাৰে মহানগৰীৰ নীলাচল পাহাৰত ভূমিস্খলনৰ ঘটনা । কামাখ্যা মন্দিৰলৈ যোৱা পথত পাহাৰ খহি পৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । কামাখ্যাত জিৰণিকোঠা নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে সংঘটিত হয় এই অঘটন । সম্প্ৰতি টিৰ্পালেৰে ভূমিস্খলন ৰোধৰ চেষ্টা । তাৰোপৰি কামাখ্যালৈ যোৱা লোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যানবাহনৰ চলাচলৰ বাবে পথটো 'ওৱান ৱে' কৰি দিয়া হৈছে ।

কামাখ্যাত ভূমিস্খলন

ABOUT THE AUTHOR

...view details