অসম

assam

ETV Bharat / state

দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ৷ কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়া কাৰ্যক লৈ ক্ষোভ উজাৰিছে সংগঠনটোৰ সভাপতিগৰাকীয়ে ৷ অসম বিৰোধী এনে কাৰ্য কোনো কাৰণতে গ্ৰহণ কৰা নহয় বুলি হুংকাৰ দিয়ে সভাপতিগৰাকীয়ে ৷

দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

By

Published : May 18, 2020, 6:40 PM IST

গুৱাহাটী, 18 মে’: দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়া কাৰ্যত জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৰ সভাপতি ৰাজু বৰাই ।

দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

কৰ'ণাৰ ভয়াৱহতাৰ মাজতে এয়া অসম বিৰোধী কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে । এই সিদ্ধান্তৰ প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details