মৰহিবলৈ লোৱা জেৰিণক পুনৰ ঠন ধৰি উঠাত সমভাগী হওক আপুনি... - etv bharat
আপোনাৰ এধানি সহায়ে পুনৰ হাঁহি বিৰিঙাব পৰিয়ালটোৰ মুখত
লাহে লাহে দৃষ্টি শক্তিও কমি আহিছে কনমানিজনীৰ
গুৱাহাটী, 19 জুলাইঃএগৰাকী সাধাৰণ গাড়ী চালক ৷ ইতিমধ্যে শেষ সকলো সাঁচতীয়া ধন ৷ তৎস্বত্বেও কোনো আশৰ ৰেঙনি দেখা নাই পৰিয়ালটোৱে ৷ ক্ৰমান্বয়ে সংকটজনক হৈ গৈছে কন্যাৰ স্বাস্থ্য ৷ কিডনীৰ জটিল ৰোগত ভুগি আছে দম্পতিটোৰ 5 বছৰীয়া কন্যা সন্তান জেৰিন চবনাম ৷ কণমাণিজনীৰ জীৱনটো ঘূৰাই দিয়াত কিছু সহায় আগবঢ়াওক আপোনালোকে ৷ আপোনাৰ কিছু সাহাৰ্যই হয়তো জীৱন ঘূৰাই দিব পৰিয়ালটোক.... সহায়ৰ বাবে যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰত....