অসম

assam

ETV Bharat / state

আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা - হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020

ৰাজ্যৰ 860 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা ৷ এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী ৷

Kamrup HSLC exam
আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

By

Published : Feb 10, 2020, 11:32 AM IST

Updated : Feb 10, 2020, 2:48 PM IST

কামৰূপ, 10 ফেব্ৰুৱাৰীঃসোমবাৰৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৷ পৰীক্ষাৰ বাবে সাজু কৰি তোলা হৈছে ৰাজ্যৰ সকলো পৰীক্ষাকেন্দ্ৰ ৷ ৰাজ্যৰ 860 টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা ৷ এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰ আৰু ১,৯০,৬০৩ গৰাকী ছাত্ৰী ৷ উল্লেখ্য যে,পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ পূৰ্বতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেবাই ৷

আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা
Last Updated : Feb 10, 2020, 2:48 PM IST

ABOUT THE AUTHOR

...view details