পুঠিমাৰীৰ বানত বিধস্ত কমলপুৰ - AAthgaon
কমলপুৰত পুঠিমাৰী নদীৰ বানত বিপৰ্যস্ত জন-জীৱন ৷ আশ্ৰয় শিবিৰত পৰ্যাপ্ত সাহাৰ্য্য সামগ্ৰীৰ মজুত নথকাৰ অভিযোগ ৷
পুঠিমাৰীৰ বানত বিধস্ত কমলপুৰ
কমলপুৰ, 17 জুলাইঃ ৰাজ্যৰ অব্যাহত শেহতীয়া বান পৰিস্থিতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সময়তেই পুঠিমাৰী নদীৰ বানত বিপৰ্যস্ত কমলপুৰ জন-জীৱন ৷ কমলপুৰৰ ওচৰৰ আঠগাঁৱত পুঠিমাৰী নদীৰ মথাউৰি চিগাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় অঞ্চলটোৰ বাসিন্দা সকলৰ । আশ্ৰয় শিবিৰ সমূহত খাদ্যবস্তুৰ লগতে খোৱাপানী আৰু ঔষধৰ ব্যাপক নাটনি হোৱাৰ কথা জানিবলৈ দিয়ে বন্যাৰ্তই ৷