গুৱাহাটী, ২০ জানুৱাৰী: অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে, অহা ৩১ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিব । কিন্তু খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত সমিতিৰ পৰামৰ্শ কেনেধৰণৰ হ'ব তাকে লৈ এতিয়া বিভিন্ন মহলত জল্পনা কল্পনা চলিছে । প্ৰাপ্ত তথ্য অনুসৰি সমিতিখনে আন কেইবাটাও পৰামৰ্শ আগবঢ়োৱাৰ লগতে, এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ কেন্দ্ৰৰ ওচৰত দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।
৩১ জানুৱাৰীত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিতিয়ে দাখিল কৰিব প্ৰতিবেদন - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
৩১ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিব অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে ৷

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিটি
৩১ জানুৱাৰীত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিটিয়ে দাখিল কৰিব প্ৰতিবেদন
Last Updated : Jan 20, 2020, 3:40 PM IST