অসম

assam

11 জানুৱাৰীত অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

By

Published : Jan 8, 2021, 1:34 PM IST

দুদিনীয়া কাৰ্যসূচীৰে 11 জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ দলীয় ক’ৰ কমিটীক সাক্ষাৎ কৰিব নাড্ডাই ৷

jp nadda
জে পি নাড্ডা

নিউজ ডেস্ক,8 জানুৱাৰী : আগন্তুক 11 জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী ৷

দলীয় ক’ৰ কমিটীক সাক্ষাৎ কৰি নাড্ডাই আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া

ABOUT THE AUTHOR

...view details