কৰ’ণাত আক্ৰান্ত কূটনৈতিক বিশেষজ্ঞ জয়িতা ভট্টাচাৰ্যৰ মৃত্যু - Joyeeta Bhattacharjee

কৰ’ণাত আক্ৰান্ত হৈ বিশিষ্ট কূটনৈতিক বিশেষজ্ঞ জয়িতা ভট্টাচাৰ্যৰ মৃত্যু
21:16 April 20
দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল মৃত ভট্টাচাৰ্য ।
গুৱাহাটী,20 এপ্ৰিল: দেশৰ এগৰাকী বিশিষ্ট কূটনৈতিক বিশেষজ্ঞ জয়িতা ভট্টাচাৰ্যৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু । ক’ভিড ১৯ ত আক্ৰান্ত হৈ দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য ।
ভাৰত-বাংলাদেশ সম্পৰ্ক বিশেষজ্ঞ হিচাপে পৰিচিত জয়িতাই যোৱা ১১ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি হৈছিল । জন্মসূত্ৰে জয়িতা শিলচৰৰ জীয়ৰী । জানিব পৰা মতে, জয়িতাৰ স্বামী সুবিমল ভট্টাচাৰ্যও ক’ভিড 19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।
Last Updated : Apr 20, 2021, 10:31 PM IST