অসম

assam

ETV Bharat / state

যোৰাবাটত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 1

যোৰবাট আৰক্ষী চকীৰ সমীপত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত পৱন বৰ্মন ৷

By

Published : Jul 8, 2019, 10:53 PM IST

যোৰাবাটত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 1

  • যোৰাবাট আৰক্ষী চকীৰ সমীপত সংঘটিত ভয়াৱহ দুৰ্ঘটনা
  • ৰন্ধন গেছ টেংকাৰৰ তলত সোমাই পৰিল এখন স্কুটি সহ স্কুটি আৰোহী
  • থিতাতে নিহত স্কুটি আৰোহীজন
  • যোৰাবাট আৰক্ষী চকীৰ সমীপত থকা U Turn ত গাড়ী ঘূৰাওতে স্কুটি সহ সোমাই পৰিল টেংকাৰৰ তলত
  • স্কুটি আৰোহীজন লখৰা বেটকুচিৰ পৱন বৰ্মন বুলি চিনাক্ত কৰা হৈছে

ABOUT THE AUTHOR

...view details