শ্বহীদ নীৰজ চেত্ৰীৰ পৰিয়াললৈ অসম চৰকাৰৰ 20 লাখ - মাওবাদী
২০ লাখ টকা সাহাৰ্য ঘোষণা অসম চৰকাৰৰ ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে এই কথা ৷

শ্বহীদ নীৰজ চেত্ৰী
গুৱাহাটী, 3 জুনঃ ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসম সন্তান নীৰজ চেত্ৰীৰ পৰিয়াললৈ অসম চৰকাৰৰ সাহাৰ্য ৷ ২০ লাখ টকা সাহাৰ্য ঘোষণা অসম চৰকাৰৰ ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে এই কথা ৷ উল্লেখ্য যে, 1 জুনত ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমনত শ্বহীদ হৈছিল এছ এছ বিৰ জোৱান নীৰজ চেত্ৰীয়ে ৷ শ্বহীদ নীৰজৰ ঘৰ বিশ্বনাথৰ গহপুৰত ৷