অসম

assam

ETV Bharat / state

JCI গুৱাহাটী কুইনৰ উদ্যোগত অগ্নিনিৰ্বাপক বাহিনীক সম্বৰ্ধনা - Etv Bharat

পানবজাৰস্থিত অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱাৰ মুখ্য কাৰ্যালয়ত বুধবাৰে JCI গুৱাহাটী কুইনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷

JCI গুৱাহাটী কুইনৰ উদ্যোগত অগ্নিনিৰ্বাপক বাহিনীক সম্বৰ্ধনা

By

Published : May 30, 2019, 7:29 AM IST

গুৱাহাটী, 30 মে" : পানবজাৰস্থিত অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱাৰ মুখ্য কাৰ্যালয়ত বুধবাৰে JCI গুৱাহাটী কুইনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ JCI গুৱাহাটী কুইনৰ উদ্যোক্তাসকলে সম্বৰ্ধনা অনুষ্ঠানত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০০ জন বিষয়ববীয়াক সম্বৰ্ধনা জনায় । লগতে, আপাতকালীন পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ কৰি লোকক উদ্ধাৰ কৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোকক স্বীকৃতি প্ৰদান কৰাই এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল বুলি প্ৰকাশ কৰে JCI গুৱাহাটী কুইনৰ উদ্যোক্তাসকলে ।

ABOUT THE AUTHOR

...view details