অসম

assam

ETV Bharat / state

ৰাজ্যত জাপানীজ এনকেফেলাইটিছত মৃত্যু ১১০ গৰাকী লোকৰ

ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছৰ সংহাৰ ৷ ইজনৰ পিচত সিজনৰ লোকৰ মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ৷ ৰাজ্যত এই পৰ্যন্ত  ৪৭৭ গৰাকী লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ চাওক আমাৰ এক প্ৰতিবেদন..

জাপানীজ এনকেফেলাইটিছৰ সংহাৰ

By

Published : Jul 23, 2019, 8:01 PM IST

Updated : Jul 23, 2019, 9:23 PM IST

ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো আক্ৰান্ত হৈছে এই ৰোগত ৷ কেবাখনো জিলাত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগতে এই পৰ্যন্ত স্বাস্থ্য বিভাগৰ তথ্যনুসৰি

  • এনকেফেলাইটিছ ৰোগত মৃত্যু হৈছে ১১০ গৰাকী লোকৰ
  • ২০১৬ চনত ৰাজ্যত ৯২ গৰাকী লোকৰ মৃত্যু হৈছিল
  • ২০১৭ চনত ৮৭ গৰাকী লোকৰ মৃত্যু হৈছিল
  • ২০১৮ চনত ৯৪ গৰাকী লোকৰ মৃত্যু হৈছিল

ইয়াৰ বিপৰীতে 2019 চনত ইয়াৰ সংখ্যা বৃদ্ধি পায় এই পৰ্যন্ত 110 অতিক্ৰম কৰিছেগৈ

এনকেফেলাইটিছত ৰাজ্যত মৃত্যু ১১০ গৰাকী লোকৰ
Last Updated : Jul 23, 2019, 9:23 PM IST

ABOUT THE AUTHOR

...view details