গুৱাহাটী, 23 ডিচেম্বৰ :সন্মুখত ২০২১ৰ বিধানসভা নিৰ্বাচন । বিজেপি-কংগ্ৰেছ, এআইইউডিএফৰ সমান্তৰালকৈ নৱগঠিত অসম জাতীয় পৰিষদেও নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। বুধবাৰে গুৱাহাটীৰ মাছখোৱা আন্ধাৰুৱালীৰ পৰায়ে একপ্ৰকাৰ ৰণডংকা বজালে অসম জাতীয় পৰিষদে।
২০২১ত কি ভুমিকা হ'ব নৱগঠিত অসম জাতীয় পৰিষদৰ ? - নিৰ্বাচনী কুচকাৱাজ
ইটিভি ভাৰতৰে এক আছুতীয়া সাক্ষাৎকাৰত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আগন্তুক নিৰ্বাচনত মোগলৰ সেনাপতি ৰামসিংহৰ বিৰুদ্ধে যুঁজ হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ।
২০২১ত কি ভুমিকা হ'ব নৱগঠিত অসম জাতীয় পৰিষদৰ ?
ইটিভি ভাৰতৰে এক আছুতীয়া সাক্ষাৎকাৰত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আগন্তুক নিৰ্বাচনত মোগলৰ সেনাপতি ৰামসিংহৰ বিৰুদ্ধে যুঁজ হ'ব বুলি মন্তব্য প্ৰকাশ কৰে । তাৰোপৰি পৰৱৰ্তী ৰণনীতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে সাধাৰণ সম্পাদক জগদীশ ভূঞাই ।
লগতে পঢ়ক: বড়োসকলক বুৰ্বক বনাবলৈহে বিটিআৰ গঠন কৰা হৈছে: চানছুমা খুংগুৰ বিছমুথিয়াৰী