অসম

assam

ETV Bharat / state

হোটেলত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই লুটপাত হোটেল কৰ্মচাৰীৰ - etv bharat

মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ঘটনা ৷ সহকৰ্মীসকল শুই থকা অৱস্থাত দোকানত লুটপাত চলাই পলায়ন কৰে চন্দন দাস নামৰ কৰ্মচাৰীজনে ৷ তিনিদিনৰ পূৰ্বে চয়নিকা হোটেলত কাৰিকৰ হিচাপে যোগদান কৰিছিল চন্দন দাস নামৰ যুৱকজনে

হোটেলত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই লুটপাত হোটেল কৰ্মচাৰীৰ

By

Published : Jun 28, 2019, 2:08 AM IST

  • মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ ঘটনা
  • চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই নিজ হোটেলতে লুটপাত হোটেল কৰ্মচাৰীৰ
  • নিশা জালুকবাৰীৰ চয়নিকা হোটেলত এজন কৰ্মচাৰীয়ে সংঘটিত কৰে ভংয়কৰ ঘটনা
  • সহকৰ্মীসকল শুই থকা অৱস্থাতে দোকানখনত লুটপাত চলাই পলায়ন কৰে চন্দন দাসে
  • তিনিদিন পূৰ্বে চয়নিকা হোটেলত কাৰিকৰ হিচাপে যোগদান কৰিছিল চন্দন দাস নামৰ যুৱকে
  • হোটেলখনৰ পৰা কৰ্মচাৰীজনে পোন্ধৰহাজাৰ টকাসহ ৪ টাকৈ মোবাইল ফোন লৈ পলায়ন কৰে
  • সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰ'ল হোটেলৰ চিচি টিভি কেমেৰাত
  • আনহাতে চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত হয় হোটেলখনৰ ৰান্ধনীশালটো
  • স্থানীয় ৰাইজৰ তৎপৰতা সৌভাগ্যক্ৰমে ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো
  • হোটেলৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে চন্দন দাসক বিচাৰি অব্যাহত ৰাখিছে অনুসন্ধান
    হোটেলত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাই লুটপাত হোটেল কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details