অসম

assam

By

Published : Sep 17, 2020, 10:25 PM IST

Updated : Sep 20, 2020, 5:42 PM IST

ETV Bharat / state

এজেপিলৈ আহিব অগপ, কংগ্ৰেছ, বিজেপিৰ বহু নেতা: জগদীশ ভূঞা

কিহত ব্যতিক্ৰম হ’ব অসম জাতীয় পৰিষদ ! পৰৱৰ্তী নিৰ্বাচনত এই দলটোৱে কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিব ? অখিল গগৈয়ে এখন পতাকাৰ তলত এটা দল গঠন কৰিবলৈ জনোৱা আহ্বানক অসম জাতীয় পৰিষদে কেনেধৰণে গ্ৰহণ কৰিছে ? ডঃ সমুজ্জল ভট্টাচাৰ্য কিয় নাহে প্ৰত্যক্ষ ৰাজনীতিলৈ ? ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত জগদীশ ভূঞা-

Interview With Jagdish Bhuyan guwahati assam etv bharat news
বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী,17 ছেপ্তেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত ভূমিষ্ঠ হোৱা অসম জাতীয় পৰিষদ এতিয়া ৰাজ্যৰ ৰাজনীতিত হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু । এসময়ত সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত জন্ম হৈছিল অসম গণ পৰিষদৰ । কিন্তু পৰৱৰ্তী সময়ত অগপই কি কৰিলে,কি নকৰিলে ৰাইজে স্ব-চক্ষুই প্ৰত্যক্ষ কৰিলে ।

গৌতম বৰুৱাৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত জগদীশ ভূঞা

অগপৰ হাতত অসমীয়া জাতি কেনেকৈ প্ৰতাৰিত হ'ল সেয়া সময়ৰ দলিলত লিপিৱদ্ধ হৈ আছে । তেনে অৱস্থাতে পুনৰ সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হৈছে অসম জাতীয় পৰিষদৰ ।

অসম প্ৰথম-কিয় ক’লে জগদীশ ভূঞাই

অসমবাসীয়ে পুনৰ বিশ্বাসত ল’বনে এই নৱগঠিত দলটোক ! এনে বহু প্ৰশ্নৰ উত্তৰ দিছে অসম জাতীয় পৰিষদৰ সমন্বয়কৰ দায়িত্বত ন্যস্ত থকা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ।

নতুন সদস্যৰ অন্তৰ্ভূক্তি হ’ব দলটোত

সাম্প্ৰদায়িক দলৰ লগত বুজাপৰাৰ সম্ভাৱনা নাকচ কৰে অসম জাতীয় পৰিষদৰ সমন্বয়কগৰাকীৰ ৷

সাম্প্ৰদায়িক দলৰ লগত বুজাপৰাৰ সম্ভাৱনা নাকচ

দলটোত জাতীয়তাবাদী মনোভাৱৰ ব্য়ক্তিক স্বাগতম জনোৱাৰ কথা ব্য়ক্ত কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

জাতীয়তাবাদী মনোভাৱৰ ব্য়ক্তিক স্বাগতম

লগতে চাওকঃক্ষতিপূৰণ পাবনে বাঘজানবাসীয়ে ?

Last Updated : Sep 20, 2020, 5:42 PM IST

ABOUT THE AUTHOR

...view details