গুৱাহাটী, 3 অক্টোবৰ :গুৱাহাটীৰ ৰাজপথত পুনৰ দাউদাউকৈ জ্বলিল এখন চাৰিচকীয়া বাহন । মহানগৰীৰ ভৰলুমুখৰ এ. টি. ৰোডত দেওবাৰে হঠাৎ জ্বলি উঠিল এখন ইনোভা বাহন ৷ পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷
ভৰলুমুখত দাউদাউকৈ জ্বলিল এখন ইন’ভা বাহন - মহানগৰীৰ ভৰলুমুখৰ এ. টি. ৰোড
মহানগৰীৰ ভৰলুমুখৰ এ. টি. ৰোডত দেওবাৰে হঠাৎ জ্বলি উঠিল এখন ইনোভা বাহন ৷ পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷
![ভৰলুমুখত দাউদাউকৈ জ্বলিল এখন ইন’ভা বাহন ভৰলুমুখত দাঁওদাঁওকৈ জ্বলি উঠিল এখন ইনোভা বাহন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9047881-515-9047881-1601819461560.jpg)
ভৰলুমুখত দাঁওদাঁওকৈ জ্বলি উঠিল এখন ইনোভা বাহন
ভৰলুমুখত দাউদাউকৈ জ্বলি উঠিল এখন ইনোভা বাহন
উল্লেখ্য় যে, ইনোভাখনৰ কাষত আছিল আন কেইবাখনো বাহন । ইপিনে ঘটনাস্থলীত ভৰলুমুখ যানবাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আন বাহন সমূহ। কিন্তু আৰক্ষী আৰু ৰাইজৰ চকুৰ সন্মুখতে সম্পূৰ্ণৰূপে জ্বলি ছাই হয় AS 01 FC 3353 নম্বৰৰ ইনোভাখন ।
লগতে পঢ়ক :নাজিৰাৰ 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ