গুৱাহাটী, 8 জানুৱাৰী : পুৱাই গুৱাহাটী মহানগৰীত আয়কৰ বিভাগৰ তালাচী অভিযান ৷ আৰ্য গ্ৰুপৰ বিভিন্ন প্ৰতিষ্ঠানত তালাচী চলালে আয়কৰ বিভাগে ৷ ডঃ বিজয় গোস্বামী, অনিল শৰ্মা আৰু ৰাম কৃষ্ণ প্ৰধান মালিকাধীন আৰ্য গ্ৰুপত আয়কৰ বিভাগৰ অভিযান ৷ লগতে তিনিও ব্যৱসায়ীয়ে বিনোয়োগ কৰা প্ৰতিষ্ঠানতো অভিযান আয়কৰ বিভাগৰ ৷
মহানগৰীৰ আৰ্য গ্ৰুপত আয়কৰ বিভাগৰ অভিযান - আৰ্য গ্ৰুপত আয়কৰ বিভাগৰ অভিযান
আৰ্য গ্ৰুপৰ বিভিন্ন প্ৰতিষ্ঠানত তালাচী চলালে আয়কৰ বিভাগে ৷ ডঃ বিজয় গোস্বামী, অনিল শৰ্মা আৰু ৰাম কৃষ্ণ প্ৰধান মালিকাধীন আৰ্য গ্ৰুপত আয়কৰ বিভাগৰ অভিযান ৷
![মহানগৰীৰ আৰ্য গ্ৰুপত আয়কৰ বিভাগৰ অভিযান income tax department raid on arya group](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10164106-thumbnail-3x2-hhh.jpg)
income tax department raid on arya group
মহানগৰীৰ আৰ্য গ্ৰুপত আয়কৰ বিভাগৰ অভিযান
ভঙাগড়ৰ আৰ্য ৱেলনেছ চেন্টাৰ, আৰ্য নাৰ্চিং, আৰ্য ইলেক্ট্ৰনিকছ, আৰ্য গ্ৰুপ অৱ চাৰ্ভিছ, আৰ্য স্মাৰ্ট লিভিং আৰু আৰ্য ইকো কেম্পসহ বহুকেইটা প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগে ৷
লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া
Last Updated : Jan 8, 2021, 2:02 PM IST