গুৱাহাটী, 7 মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে ছেবা কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ জাননী ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্ন কাকত সন্দৰ্ভত ছেবাৰ বিশেষ জাননী । ২০২১ বৰ্ষৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হ'ব আগন্তক মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা(Important notice of SEBA regarding HS examination) ।
মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী
মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্ন কাকত সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী(Important notices of SEBA regarding HSLC examination) ।
মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী
উল্লেখ্য যে, বিগত বৰ্ষত ক'ভিড-১৯ মহামাৰীৰ বাবে প্ৰশ্ন কাকত সাজু কৰিও শেষ মুহূৰ্তত ছেবাই বাতিল কৰিবলগীয়া হৈছিল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । সেয়ে এই বৰ্ষৰ আগন্তুক ১৫ মার্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ইয়াৰ লগতে ছেবাই জনাই যে এই বৰ্ষত ক'ভিড পৰিস্থিতিৰ বাবে পাঠ্যক্ৰম হ্ৰাস কৰি অনুষ্ঠিত কৰা হব ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
লগতে পঢ়ক :লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক সমীকৰণক ভুল আখ্যা পীযুষ হাজৰিকাৰ