অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান - জিএনআৰচিত মৃত্য়ু বিমল দাসৰ

জিএনআৰচিত মৃত্য়ু বিমল দাসৰ
15:06 September 03
জিএনআৰচিত মৃত্য়ু বিমল দাসৰ
গুৱাহাটী,3 চেপ্তেম্বৰ:কৰ’ণাত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলেঅভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসে ৷ বিগত কিছুদিন ধৰি মহানগৰীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট অভিনেত্ৰীগৰাকীৰ স্বামী ৷ ইফালে, অভিনেত্ৰীগৰাকীও কোভিড 19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷
লগতে চাওকঃএগৰাকী অস্তিত্বহীন ব্যক্তি পৃথ্বীৰাজ নাৰায়ণ দেৱ: ৰঞ্জিত বসুমতাৰী
Last Updated : Sep 3, 2020, 4:57 PM IST