কামাখ্যা ষ্টেচনত উদ্ধাৰ ৬ লক্ষাধিক টকা - চাইদুল ইছলাম
চাইদুল ইছলাম নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ লোকজনৰ পৰা উদ্ধাৰ কৰা হৈছে ৬ লাখ ৪৬ হাজাৰ টকা ৷
![কামাখ্যা ষ্টেচনত উদ্ধাৰ ৬ লক্ষাধিক টকা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2650945-864-da8dc92a-0424-4c7b-a955-2d9ca2464a8b.jpg)
প্ৰায় 6 লক্ষাধিক টকা উদ্ধাৰ কামাখ্যা ষ্টেচনত
গুৱাহাটী, ৯ মাৰ্চঃশনিবাৰে দিনৰ প্ৰায়১বজাত কামাখ্যা ৰে'ল ষ্টেচনত এজন সন্দেহজনক লোকক আৰক্ষীয়ে আটক কৰি লোকজনৰ পৰা ৬লাখ ৪৬হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
প্ৰায় 6 লক্ষাধিক টকা উদ্ধাৰ কামাখ্যা ষ্টেচনত