সুগায়িকা সুদক্ষিণা শৰ্মাৰ ঘৰত হৃষীকেশ গোস্বামী - Sudhikhina sharmas house
মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী প্ৰতিদিনে ব্যস্ত হৈ আছে একো একোজন বিশিষ্ট ব্যক্তিৰ খবৰ লোৱাত । ইতিমধ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ খা-খবৰ ল'লে গোস্বামীয়ে ।

সুগায়িকা সুদক্ষিণা শৰ্মাৰ ঘৰত দেখা গ'ল হৃষীকেশ গোস্বামীক
গুৱাহাটী, 5 মে': লক ডাউনৰ সময়ত বিশিষ্ট ব্যক্তিৰ খা-খবৰ লোৱাত ব্যস্ত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী । প্ৰতিদিনে একো একোজন বিশিষ্ট ব্যক্তিৰ ঘৰত দেখা গৈছে গোস্বামীক ।
সুগায়িকা সুদক্ষিণা শৰ্মাৰ ঘৰত হৃষীকেশ গোস্বামী