অসম

assam

ETV Bharat / state

আজমলৰ সভাত আৰবী ভাষাৰ বেনাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

হিমন্তৰ প্ৰশ্ন,আজমলৰ কাণ্ডক লৈ এতিয়া কিয় নিমাত অসমৰ বুদ্ধিজীৱীসকল ? বেংগলী ভাষাত ভুলতে কিবা এটা চপা হ'লে বুদ্ধিজীৱিয়ে হৈ চৈ কৰে ৷ কিন্তু এতিয়া ভোট ভঙাৰ ভয়ত সকলো নীৰৱ হৈ আছে বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

himanta-biswa-sarma-says-on-ajmal-and-madrasa
আজমলৰ সভাত আৰবী ভাষাৰ বেনাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

By

Published : Oct 10, 2020, 6:44 PM IST

গুৱাহাটী, 10 অক্টোবৰ: আজমলৰ সভাত আৰবী ভাষাত বেনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে,অসমৰ ৰাইজে ভাবি চাওক আজমলে কি কৰিবলৈ গৈ আছে অসমৰ সংস্কৃতিক ৷ হিমন্তৰ প্ৰশ্ন,আজমলৰ কাণ্ডক লৈ এতিয়া কিয় নিমাত অসমৰ বুদ্ধিজীৱীসকল ? বেংগলী ভাষাত ভুলতে কিবা এটা চপা হ'লে বুদ্ধিজীৱিয়ে হৈ চৈ কৰে ৷ কিন্তু এতিয়া ভোট ভঙাৰ ভয়ত সকলো নীৰৱ হৈ আছে বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আজমলৰ সভাত আৰবী ভাষাৰ বেনাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ইয়াৰ উপৰিও নৱেম্বৰ মাহত মাদ্ৰাছা বৰ্ড আৰু মাদ্ৰাছা সমূহ বন্ধ হৈ যাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: বন গাহৰি চিকাৰ কৰিবলৈ যোৱা সতীৰ্থই হত্যা কৰিলে এজনক

ABOUT THE AUTHOR

...view details