অসম

assam

ETV Bharat / state

সাৱধান ! 1094 খন গাঁৱলৈ জাপানীজ এনকেফেলাইটিছৰ ব্যাধি - দিছপুৰ জনতা ভৱন

শনিবাৰে দিছপুৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সাৱধান ! 1094 খন গাঁৱলৈ জাপানীজ এনকেফেলাইটিছৰ ব্যাধি

By

Published : Jul 6, 2019, 10:48 AM IST

  • মহানগৰীৰ দিছপুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
  • জাপানীজ এনকেফেলাইটিছৰ ওপৰত সংবাদমেল
  • ৰাজ্যত high alert ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
  • ৰাজ্যৰ 1094 গাঁৱত Japanese Encephalitis effected village হিচাপে চিহ্নিত কৰা হৈছে
  • 1094 গাঁৱলৈ প্ৰেৰণ কৰা হৈছে চিকিৎসকৰ বিশেষ শিবিৰ
  • চিকিৎসক , নাৰ্ছৰ লগতে স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীক চুটি বাতিল
  • ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে বাতিল কৰা হৈছে চুটি
  • বিশেষ জৰুৰী কাৰণত চুটি ল’ব লগা হ’লে উপায়ুক্তৰ পৰা ল’ব লাগিব চুটি
  • শনিবাৰৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসা বিনামূলীয়া
  • ৰোগীৰ যাতায়তৰ বাবেও দিয়া হ’ব 1000 টকা
  • ব্যক্তিগত হস্পিতালত থকা ৰোগী সকলকো ৰাজ্য চৰকাৰে 1 লাখ টকা সাহাৰ্য প্ৰদান কৰিব
  • স্বাস্থ্য বিভাগৰ গুৰুত্ব দিব তেজৰ নমুনা পৰীক্ষা কৰাত
  • প্ৰতিটো blood test ৰ বিপৰীতে স্বাস্থ্য কৰ্মী সকলক ৫ টকাকৈ দৰমহাৰ ওপৰত দিব ৰাজ্য চৰকাৰে
    সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব

ABOUT THE AUTHOR

...view details