অসম

assam

ETV Bharat / state

উপায়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দেওবাৰে COVID-19 সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপাযুক্তৰ লগত ভিডিঅ' কনফাৰেন্স যোগে বাৰ্তালাপ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

By

Published : May 10, 2020, 7:32 PM IST

COVID-19
COVID-19 সন্দৰ্ভত ৰাজ‍্যৰ জিলা উপায়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ১০ মে': মহামাৰী COVID-19 ক লৈ ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপাযুক্তৰ লগত বাৰ্তালাপ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত দেওবাৰে COVID-19 নিয়ন্ত্ৰণ কক্ষৰ পৰা জিলা উপায়ুক্ত সকলৰ সৈতে বাৰ্তালাপ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

COVID-19 সন্দৰ্ভত ৰাজ‍্যৰ জিলা উপায়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ হিমন্ত বিশ্ব শৰ্মাৰ

ভিডিঅ' কনফাৰেন্সত গাঁও সমূহত COVID-19ৰ পৰীক্ষা কি পৰ্যায়ত চলি আছে তাৰ ওপৰতো পৰ্যালোচনা কৰে । আনহাতে, দেওবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা ভিডিঅ' কনফাৰেন্সত ভাগ লয় প্ৰতিখন জিলাৰ উপায়ুক্তই ।

COVID-19 সন্দৰ্ভত ৰাজ‍্যৰ জিলা উপায়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details