গুৱাহাটী, 20 মাৰ্চঃ শিক্ষা, বিত্ত, গড়কাপ্তানি, স্বাস্থ্য আদি বিভাগৰ মাননীয় মন্ত্ৰী ড· হিমন্ত বিশ্ব শৰ্মাই আজি (২০-৩-২০২০) দিনৰ ২ বজাত এখন সংবাদ মেল সম্বোধন কৰিব ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাগৃহৰ পৰা সম্বোধন কৰিবলগা সংবাদমেলখনত কৰ'না ভাইৰাছৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে মন্ত্ৰীগৰাকীয়ে ৷
কৰ'ণাৰ আতংকঃ সাংবাদিকক 1 মিটাৰ ব্যৱধান ৰাখিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
সংবাদ মেলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা গুৱাহাটীস্থিত ছপা তথা বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱী সকলক পৰস্পৰৰ মাজত 1 মিটাৰ ব্যৱধান ৰাখিবলৈ অনুৰোধ জনাইছ মন্ত্ৰীগৰাকীয়ে ৷
![কৰ'ণাৰ আতংকঃ সাংবাদিকক 1 মিটাৰ ব্যৱধান ৰাখিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ HIMANTA AWARNESS FOR CORONA VIRUS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6477317-thumbnail-3x2-himanta.jpg)
সাংবাদিকক 1 মিটাৰ ব্যৱধান ৰাখিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সংবাদ মেলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা গুৱাহাটীস্থিত ছপা তথা বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱী সকলক পৰস্পৰৰ মাজত 1 মিটাৰ ব্যৱধান ৰাখিবলৈ অনুৰোধ জনাইছ মন্ত্ৰীগৰাকীয়ে ৷