এন আৰ চি সন্দৰ্ভত জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ প্ৰতিক্ৰিয়া - ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷
এন আৰ চিক সন্দৰ্ভত জেষ্ঠ্য অধিবক্তা হাফিজ ৰচিড আহমেদ চৌধুৰীৰ মন্তব্য
গুৱাহাটী, 30 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে মন্তব্য আগবঢ়ায় ৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ নাম কমকৈ প্ৰকাশ পাইছিল বুলি অধিবক্তা গৰাকীয়ে মন্তব্য কৰে ৷ লগতে চৰকাৰে শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাটো বিচৰা নাই বুলিও মত প্ৰকাশ কৰে ৷ তাৰ বিপৰীতে অসমৰ সংখ্যালঘু ৰাইজ সদায় এখন শুদ্ধ এন আৰ চিৰ পক্ষত আছে বুলি অধিবক্তা গৰাকীয়ে মন্তব্য কৰে ৷
Last Updated : Sep 9, 2019, 2:31 PM IST