- ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎপৰিমাণৰ হেৰ’ইন
- হিম্মৎসিংকাৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত CID আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ
- ৩৮ টা কন্টেইনাৰত আছিল উদ্ধাৰ কৰা হেৰ'ইনখিনীৰ
- বাসগৃহৰ ছোফাৰ তলত লুকুৱাই ৰখা হৈছিল ড্ৰাগছৰ কণ্টেইনাৰকেইটা
- CIDৰ কাৰ্যালয়ত হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিক হাজিৰ হোৱাৰ নিৰ্দেশ
- মঙলবাৰে দিনৰ ১১ বজাত CIDৰ কাৰ্যালয়ত হিম্মৎসিংকা আৰু গাড়ী চালক শত্ৰুঘ্ন কান্তিকক হাজিৰ হোৱাৰ নিৰ্দেশ
- বৰ্তমানলৈ CID ৰ কাৰ্যালয়ত হাজিৰ হোৱা নাই হিম্মৎসিংকা আৰু হিম্মৎসিংকাৰ চালক শত্ৰুঘ্ন কান্তিক
ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন - হেৰ’ইন
হিম্মৎসিংকাৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত CID আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন

ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন