- ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎপৰিমাণৰ হেৰ’ইন
- হিম্মৎসিংকাৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত CID আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ
- ৩৮ টা কন্টেইনাৰত আছিল উদ্ধাৰ কৰা হেৰ'ইনখিনীৰ
- বাসগৃহৰ ছোফাৰ তলত লুকুৱাই ৰখা হৈছিল ড্ৰাগছৰ কণ্টেইনাৰকেইটা
- CIDৰ কাৰ্যালয়ত হিম্মৎসিংকাৰ লগতে গাড়ী চালক শত্ৰুঘ্ন কান্তিক হাজিৰ হোৱাৰ নিৰ্দেশ
- মঙলবাৰে দিনৰ ১১ বজাত CIDৰ কাৰ্যালয়ত হিম্মৎসিংকা আৰু গাড়ী চালক শত্ৰুঘ্ন কান্তিকক হাজিৰ হোৱাৰ নিৰ্দেশ
- বৰ্তমানলৈ CID ৰ কাৰ্যালয়ত হাজিৰ হোৱা নাই হিম্মৎসিংকা আৰু হিম্মৎসিংকাৰ চালক শত্ৰুঘ্ন কান্তিক
ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন
হিম্মৎসিংকাৰ ভঙাগড়ৰ কামাখ্যা নগৰস্থিত বাসগৃহত CID আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন
ৰাজেশ হিম্মৎসিংকাৰ ভঙাগড়ৰ বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন