গুৱাহাটী,21 মাৰ্চঃবিশ্বজুৰি কৰ’ণা সন্ত্ৰাস ৷ ইয়াৰ মাজতে কৰ'ণা ভাইৰাছক লৈ গুৱাহাটীৰ বিপণন ক্ষেত্ৰৰ এক বিশেষ পদক্ষেপ ৷ সকলোকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিপণন ক্ষেত্ৰৰ কতৃপক্ষই গ্ৰাহকৰ বাবে আৰম্ভ কৰিছে বিনামূলীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ সুবিধা ৷ এটা হোৱাটছ্আপ কৰিয়েই গ্ৰাহকে লাভ কৰিব পাৰে এই সুবিধা ৷ এই সন্দৰ্ভত বিপণন ক্ষেএৰ বিষয়া ঋতু বৰঠাকুৰে কয় যে, 'আমি সকলোকে সুৰক্ষিত কৰি ৰখাৰ বাবে বিনামূলীয়াকৈ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছো ৷’ বিপনন ক্ষেত্ৰৰ হোৱাটছ্আপ নম্বৰত গ্ৰাহকে তেঁওলোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা খন পঠালে এদিনৰ ভিতৰত সকলো অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব বিপণন ক্ষেত্ৰই ৷ বিপনন ক্ষেত্ৰৰ এই পদক্ষেপক আদৰণি জনাইছে সাধাৰাণ ৰাইজে ৷
কৰ’ণা সন্ত্ৰাসৰক মাজতে গুৱাহাটীৰ বিপণন ক্ষেত্ৰৰ বিশেষ পদক্ষেপ - গুৱাহাটীৰ বিপণন ক্ষেত্ৰ
কৰ'ণা ভাইৰাছক লৈ গুৱাহাটীৰ বিপণন ক্ষেত্ৰৰ বিশেষ পদক্ষেপ ৷ সকলোকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিপণন ক্ষেত্ৰ কতৃপক্ষই গ্ৰাহকৰ বাবে আৰম্ভ কৰিছে বিনামূলীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ সুবিধা ৷

কৰ’ণা সন্ত্ৰাসৰক মাজতে গুৱাহাটীৰ বিপণন ক্ষেত্ৰৰ বিশেষ পদক্ষেপ
কৰ’ণা সন্ত্ৰাসৰক মাজতে গুৱাহাটীৰ বিপণন ক্ষেত্ৰৰ বিশেষ পদক্ষেপ