অসম

assam

ETV Bharat / state

দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী - আইন মহাবিদ্যালয়

উল্লেখ্য যে এন্ধাৰৰ সুযোগ বুজি আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ লগত দুৰ্বৃত্তই সংঘটিত কৰে অশালীন কাৰ্যকলাপ। ইতিমধ্যে ভূক্তভোগী ছাত্ৰীগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই জাঙুৰ খাই উঠিল ছাত্ৰসমাজ ৷

দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰী

By

Published : Jun 7, 2019, 10:42 PM IST

গুৱাহাটী, 7 জুনঃ লুইতৰ পাৰ জিলিকোৱাৰ বিপৰীতে ক্ৰমাৎ ম্লান পৰিছে ৷ নিৰাপত্তাহীন হৈ আন্দোলন কৰিবলৈ ওলাই আহিছে ছাত্ৰসমাজ ৷ এই দৃশ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৷ বৃহস্পতিবাৰে সংঘটিত এক ঘটনাই উদঙাইছে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত..

দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰী

ABOUT THE AUTHOR

...view details