অসম

assam

ETV Bharat / state

পৰীক্ষা বাতিলঃ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা - গুৱাহাটী বিশ্ববিদ্যালয়

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ বাবে এই সিন্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয়
পৰীক্ষা বাতিলঃ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

By

Published : Dec 14, 2019, 6:34 PM IST


গুৱাহাটী, 14 ডিচম্বৰঃ পুণৰ পিচুওৱা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা । ২২ ডিচেম্বৰলৈ বাতিল বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ । ২৩ ডিচেম্বৰৰ পৰা নতুন সূচী প্ৰস্তুত কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ বাবে এই সিন্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ।

পৰীক্ষা বাতিলঃ ২২ ডিচেম্বৰলৈ বাতিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details