কামৰূপ মেট্ট, 17 নৱেম্বৰ: মংগলবাৰে সমকামিতাক লৈ নিৰ্মিত হোৱা এটি গীত মুক্তি লাভ কৰে ৷ "অকলশৰীয়া" শীৰ্ষক এই ব্যতিক্ৰম ধৰ্মী গীতটিত কন্ঠদান কৰিছে কন্ঠশিল্পী নীলাক্ষী নেওগে ৷ গ্ৰামাঞ্চলৰ দুগৰাকী সমকামী যুৱতীক লৈ গীতটি ৰচনা কৰিছে পল্লৱ তালুকদাৰে আৰু গীতটিত অভিনয় কৰিছে স্বস্তিকা হাজৰিকা আৰু স্বৱনম নাৰ্গিছে ৷
সমকামিতাক লৈ কন্ঠশিল্পী নীলাক্ষী নেওগৰ মুকলি এটি গীত - kamrup metro
সমকামিতাক লৈ "অকলশৰীয়া"শীৰ্ষক এই ব্যতিক্ৰম ধৰ্মী গীত মুকলি কৰা হয় আজি ৷ গীতটিত কন্ঠদান কৰিছে কন্ঠশিল্পী নীলাক্ষী নেওগে আৰু ৰচনা কৰিছে পল্লৱ তালুকদাৰে ৷ গ্ৰামাঞ্চলৰ দুগৰাকী সমকামি যুৱতীক লৈ গীতটি ৰচনা কৰা হৈছে ৷

সমকামিতাক লৈ কন্ঠশিল্পী নীলাক্ষী নেওগৰ মুকলি এটি গীত
অকলশৰীয়া শীৰ্ষক এই গীতটি ৰাইজে আদৰি ল'ব বুলি আশাবাদী কন্ঠশিল্পী নীলাক্ষী নেওগ ৷ 'Mystic' প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই গীতটি ৷
অন্য এক খবৰৰ বাবে:চিৰাঙত ইউপিপিএলৰ জনসভা