অসম

assam

ETV Bharat / state

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ মাত্ৰ ৮ মিনিট - গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী নতুন ৰ'প ৱে

বিহুৰ পূৰ্বেই ভাল খবৰ আহিব উত্তৰ-গুৱাহাটীবাসীলৈ

বিহুৰ পূৰ্বে মুকলি হ'ব গুৱাহাটীৰ ৰ'প ৱে

By

Published : Feb 2, 2019, 7:19 PM IST

গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ অসম পৰ্যটনত এক নতুন সংযোজন।
অচিৰেই মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী নতুন ৰ'প ৱে।

বিহুৰ পূৰ্বে মুকলি হ'ব গুৱাহাটীৰ ৰ'প ৱে
প্ৰায় ৫৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই ৰ'প ৱেৰে এবাৰত মুঠ ৩০ জনকৈ যাত্ৰী পাৰ হ'ব পাৰিব। গাৰ্ভেনটাৰ নামৰ চুইজাৰলেণ্ডৰ এটা কোম্পানীৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে ২ কি.মি. দৈৰ্ঘ্য়ৰ ৰ'পৱে। চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত পৰীক্ষামূলকভাৱে আৰম্ভ হ'ব ৰ'পৱেৰ চলাচল। মাত্ৰ ৮ মিনিটৰ ব্যৱধানত পাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ।

২ লেণ্ড যুক্ত এই ৰ'পৱে বহাগ বিহুৰ পূৰ্বেই ৰাজ্যৰ মানচিত্ৰত সংযোগ হ'ব।

ABOUT THE AUTHOR

...view details