ন-সাজেৰে সাজি উঠিব গুৱাহাটী ৰে'ল ষ্টেচন - ইটিভি অসম
অচিৰেই সম্পূৰ্ণ হ'ব ৰে'ল ষ্টেচনৰ আধুনিকীৰণৰ কাম
![ন-সাজেৰে সাজি উঠিব গুৱাহাটী ৰে'ল ষ্টেচন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2401994-376-6db92b57-429c-433e-ab9f-655f480594ac.jpg)
etv bharat
গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : গুৱাহাটী ৰে'ল ষ্টেচনক আধুনিকীকৰণৰ কৰাৰ বাবে পূৰ্ণ গতিত অব্যাহত আছে প্ৰচেষ্টা। ৰে'ল ষ্টেচনত ন-ন ব্যৱস্থাৰ সংযোগৰ বাবে কাম অব্যাহত ৰাখিছে প্ৰশাসনে।
guwahati railway station