- মহানগৰীৰ কালীপুৰত উচ্ছেদ অভিযান
- বহু বছৰ ধৰি বেদখলকাৰীৰ কবলত আছিল ব্ৰজেন কলিতা নামৰ লোক এজনৰ ভূমি
- এই সন্দৰ্ভত 1992 চনতে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী ব্ৰজেন কলিতাই
- অৱশেষত 27 বছৰ পিছত ন্যায় পালে কলিতাই
- এই গোচৰ প্ৰক্ৰিয়াত জয়ী হোৱা পিছতেই আৰক্ষী-প্ৰশাসনে উচ্ছেদ অভিযান চলাই উক্ত স্থানত
27 বছৰ পিছত বেদখলকাৰীৰ কবলৰ পৰা মুক্ত ভূমি - 27 বছৰ
1992 চনতে এজাহাৰ দাখিল কৰিছিল ব্ৰজেন কলিতা নামৰ এগৰাকী ব্যক্তিয়ে
27 বছৰ পিছত বেদখলকাৰীৰ কবলৰ পৰা মুক্ত ভূমি