গুৱাহাটী, 6 জুন : মহানগৰীৰ পাণ্ডুত সংঘটিত হ'ল সভ্য সমাজক লজ্জানত কৰা ঘটনা । বৃদ্ধাৰ কামনাৰ বলি এগৰাকী মুকবধিৰ যুৱতী। বিগত কেইবা মাহে নিচাযুক্ত দ্ৰব্য খোৱাই যুৱতীগৰাকীৰ লগত অপকৰ্মত লিপ্ত হৈ আছিল ৰে'লৱেৰ অৱসৰপ্ৰাপ্ত বিষয়া সুনীল দেয়ে । আনহাতে লাজ,ভয় আৰু শংকাৰ বাবে যুৱতীগৰাকীয়ে লুকাই ৰাখিছিল সুনীল দে'ৰ কু-কৰ্মৰ কথা।
পাণ্ডুত বৃদ্ধৰ কামনাৰ বলি হৈ তিনিমাহৰ অন্তঃসত্বা এগৰাকী মুকবধিৰ যুৱতী - পাণ্ডুৰ বৃদ্ধৰ কামনাৰ বলি হৈ তিনিমাহৰ অন্তসত্বা এগৰাকী মুকবধিৰ যুৱতী
মুকবধিৰ যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত স্বাস্থ্য পৰীক্ষা কৰোৱাই সকলো ঘটনাৰ বিষয়ে অৱগত হয় পৰিয়ালৰ লোক। ইয়াৰোপৰি যুৱতীগৰাকী তিনিমাহৰ অন্তঃসত্বা বুলি জানিবলৈ পাৰি শনিবাৰে সুনীল দে'ক আবদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে।
![পাণ্ডুত বৃদ্ধৰ কামনাৰ বলি হৈ তিনিমাহৰ অন্তঃসত্বা এগৰাকী মুকবধিৰ যুৱতী Guwahati deaf girl raped by Sunil dey](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7501607-705-7501607-1591438994137.jpg)
পাণ্ডুত বৃদ্ধৰ কামনাৰ বলি হৈ তিনিমাহৰ অন্তঃসত্বা এগৰাকী মুকবধিৰ যুৱতী
পাণ্ডুত বৃদ্ধৰ কামনাৰ বলি হৈ তিনিমাহৰ অন্তঃসত্বা এগৰাকী মুকবধিৰ যুৱতী
পৰৱৰ্তী সময়ত মুকবধিৰ যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত স্বাস্থ্য পৰীক্ষা কৰোৱাই সকলো ঘটনাৰ বিষয়ে অৱগত হয় পৰিয়ালৰ লোক। ইয়াৰোপৰি যুৱতীগৰাকী তিনিমাহৰ অন্তঃসত্বা বুলি জানিবলৈ পাৰি শনিবাৰে সুনীল দে'ক আবদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে। পিছত পৰিয়ালৰ অভিযোগৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে আটক কৰে সুনীল দে'ক।
লগতে চাওকঃ নৱম স্থান দখলেৰে উজ্বলিল মৰাণৰ অভিনৱ গগৈ
TAGGED:
Guwahati