গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত মহিলা! - পাঞ্জাবাৰী
বুধবাৰে গুৱাহাটীত সংঘটিত বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে এগৰাকী যুৱতীসহ তিনিজন লোকক । আৰক্ষীয়ে মহানগৰীৰ বাঘৰবাৰী নিহাৰিকা পথৰ পৰা আটক কৰে যুৱতীগৰাকীক।
![গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত মহিলা!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3296895-thumbnail-3x2-blast.jpg)
গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত মহিলাসহ আটক তিনি
গুৱাহাটী, 16 মে' : আটকাধীন যুৱতীগৰাকীৰ নাম পল্লৱী বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে পুৱাৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই পাঞ্জাবাৰীৰ বাঘৰবাৰীৰ পৰা আটক কৰে যুৱতীগৰাকীক।
গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত মহিলাসহ আটক তিনি
Last Updated : May 16, 2019, 2:15 PM IST