গুৱাহাটী, 3 নৱেম্বৰ: দেওবাৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত দীপাৱলী উপলক্ষে অনুষ্ঠিত হয় "পৰিয়াল মিলন" শীৰ্ষক কাৰ্যসূচীৰ । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ মন্ত্ৰী, বিধায়কৰ লগতে কৰ্ম-কৰ্তাসকলো উপস্থিত থাকে । উক্ত "পৰিয়াল মিলন" অনুষ্ঠানত সংগীত শিল্পী জিতুল সোণোৱাল, কৃষ্ণমনি চুতীয়াই গীত পৰিবেশন কৰি সন্ধিয়াটো অধিক সুন্দৰ কৰি তোলে ।
দীপাৱলী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ "পৰিয়াল মিলন" শীৰ্ষক অনুষ্ঠান - দীপাৱলী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ "পৰিয়াল মিলন" শীৰ্ষক অনুষ্ঠান
বিজেপিৰ সকলো কৰ্ম-কৰ্তাৰ মাজত যাতে পৰিয়াল সদৃশ ভাৱ থাকে তাৰ ওপৰত গুৰুত্ব দি এই "পৰিয়াল মিলন" অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰতিজন কৰ্ম কৰ্তাক এনেদৰেই সমিল মিলেৰে থাকিবলৈ অনুৰোধ কৰে ৷
![দীপাৱলী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ "পৰিয়াল মিলন" শীৰ্ষক অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4951051-478-4951051-1572802143072.jpg)
"পৰিয়াল মিলন" শীৰ্ষক কাৰ্যসূচী
"পৰিয়াল মিলন" শীৰ্ষক অনুষ্ঠান
বিজেপিৰ সকলো কৰ্ম-কৰ্তাৰ মাজত যাতে পৰিয়াল সদৃশ ভাৱ থাকে তাৰ ওপৰত গুৰুত্ব দি এই "পৰিয়াল মিলন" অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰতিজন কৰ্ম কৰ্তাক এনেদৰেই সমিল মিলেৰে থাকিবলৈ অনুৰোধ কৰে ৷ দীপাৱলী উপলক্ষে অনুষ্ঠিত হোৱা এই অনুষ্ঠানে যাতে সকলোৰ মন প্ৰাণ আনন্দিত কৰি ৰাখে তাকে কামনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
TAGGED:
Guwahati BJP office diwali