অসম

assam

ETV Bharat / state

মহানগৰীৰ বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস

প্ৰায় সকলো স্থানতে বৰ্তমানলৈকে বিজেপি আগবাঢ়ি থকাত উচাহ বৃদ্ধি পাইছে দলটোৰ মাজত ৷ যাৰ বাবে আনন্দত মতলীয়া হৈ পৰিছে বিজেপিৰ নেতাৰ লগতে কৰ্মকৰ্তাসকল

মহানগৰীৰ বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস

By

Published : May 23, 2019, 12:23 PM IST

গুৱাহাটী,23 মে': গুৱাহাটীস্থিত বিজেপি কাৰ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ। প্ৰায় সকলো স্থানতে বৰ্তমানলৈকে বিজেপি আগবাঢ়ি থকাত উচাহ বৃদ্ধি পাইছে দলটোৰ মাজত ৷ যাৰ বাবে আনন্দত মতলীয়া হৈ পৰিছে বিজেপি নেতাৰ লগতে কৰ্মকৰ্তাসকল। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই বিজেপিৰ দলীয় কৰ্মীসকলে একত্ৰিত হৈ একেলগে নাচি-বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় কাৰ্যালয়টোত ৷

মহানগৰীৰ বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস

ABOUT THE AUTHOR

...view details