গুৱাহাটী, 16 ছেপ্তেম্বৰঃকাইলৈ বিশ্বকৰ্মা পূজা ৷ এইবেলি মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হ’ব বিশ্ব খনিকৰ গৰাকীৰ পূজা ৷ যদিও অইনবাৰৰ তুলনাত এইবেলি পূজাৰ জাক-জমকতা তেনেই তাকৰ কিন্তু ইয়াৰ মাজতে দুই এজন গ্ৰাহক পূজাৰ সামগ্ৰী বিচাৰি দোকান পোহাৰসমূলৈ অহা পৰিলক্ষিত হৈছে ৷ গুৱাহাটী মহানগৰীতো পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কিছু নীতি-নিৰ্দেশনা অৰ্পণ কৰিছে ৷ আনহাতে, এইবাৰ প্ৰতিমা কমকৈ নিৰ্মাণ কৰা বাবে দাম বৃদ্ধি পাইছে প্ৰতিমাসমূহৰ ৷
কৰ’ণাৰ বাবে অনুষ্টুপীয়া আয়োজন বিশ্বখনিকৰৰ পূজাৰ - বিশ্বকৰ্মা পূজা
এইবেলি মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হ’ব বিশ্বখনিকৰৰ পূজা ৷ যদিও অইনবাৰৰ তুলনাত এইবেলি পূজাৰ জাক-জমকতা তেনেই তাকৰ কিন্তু ইয়াৰ মাজতে দুই এজন গ্ৰাহকে পূজাৰ সামগ্ৰী বিচাৰি দোকান পোহাৰসমূলৈ অহা পৰিলক্ষিত হৈছে ৷

কৰ’ণাৰ বাবে অনুষ্টুপীয়া আয়োজন বিশ্বখনিকৰৰ পূজাৰ
কৰ’ণাৰ বাবে অনুষ্টুপীয়া আয়োজন বিশ্বখনিকৰৰ পূজাৰ