অসম

assam

By

Published : Aug 8, 2019, 5:07 PM IST

ETV Bharat / state

হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ ৷ ধৃত চোৰকেইটা ক্ৰমে,গৰৈমাৰী নিবাসী পিলোঁ বসুমতাৰী , নিজাম বসুমতাৰী আৰু জয়ন্ত খাখলাৰী

আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ

গুৱাহাটী,8 আগষ্টঃ

  • মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ
  • দীৰ্ঘদিনৰ পৰা মহানগৰীৰ আন আন অঞ্চলৰ লগতে হাতীগাঁও অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ধৃত চোৰকেইটাই
  • চোৰকেইটা ক্ৰমে,গৰৈমাৰী নিবাসী পিলোঁ বসুমতাৰী , নিজাম বসুমতাৰী আৰু জয়ন্ত খাখলাৰী
  • উল্লেখ্য যে,মঙলবাৰে হাতীগাঁও নাহৰণি পথৰ পৰা চোৰকেইটাই চুৰ কৰি লৈ যায় এখন ৰয়েল এনফিল্ড বাইক
  • বাইক চুৰি সন্দৰ্ভত আছিকুৰ ৰহমান নামৰ এজন লোকে এজাহাৰ দাখিল কৰে হাতীগাঁও আৰক্ষী থানাত
    হাতীগাঁও আৰক্ষীৰ জালত তিনি গভাইত বাইক চোৰ
  • এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল 456/19 IPC 379 ৰ অধীনত
  • বুধবাৰৰ নিশা হাতীগাঁও আৰক্ষীৰ এটা দলে গভাইত চোৰ কেইজনক লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় AS 01 DN 3101 নম্বৰৰ ৰয়েল এনফিল্ড বাইক খন

ABOUT THE AUTHOR

...view details