- ক্ৰমাৎ শান্ত হৈছে দক্ষিণ কামৰূপৰ পৰিস্থিতি
- আজি খুলি দিয়া হৈছে ডিব্ৰগড় বিমানবন্দৰ
- কিন্তু বৰ্তমানেও গুৱাহাটীত বিমান চলাচল আংশিকভাৱে বন্ধ হৈ আছে
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ অচল এতিয়াও
- বাতিল কৰা হৈছে কেবাখনো বিমানৰ যাত্ৰা
- এই পৰ্যন্ত বাতিল হৈ থকা বিমান সমূহ হৈছে-
বিমান চলাচল বন্ধ আছে বৰঝাৰ বিমান বন্দৰৰ পৰা - FLIGHT CANCELLED FROM BORJHATR
09:55 December 15
আন্দোলনৰ ফলত বন্ধ হৈ থকা বিমান সেৱা আজিৰ পৰা মুকলি হৈছে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা
6E 596( KOLKATA)
6E 112( AGARTALA)
6E 119( AGARTALA)
6E 694( DELHI GHY)
KB 541( PARO)
AI 891 , 892 ( DELHI-GUWAHATI)ৰ
উল্লেখ্য যে বিগত দিনত বৰঝাৰ বিমানবন্দৰৰ কেইবাখনো বিমানৰ উৰণ-অৱতৰণ বাতিল কৰা হৈছিল। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছিল বিমানৰ চলাচল ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ চলি থকা প্ৰতিবাদৰ ফলত বিমান বন্দৰতে আবদ্ধ হৈ পৰিছিল বহু যাত্ৰী ৷ দক্ষিণ কামৰূপৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও বিমান বন্দৰ কৰ্তৃপক্ষই এই মূহুৰ্তলৈকে কোনো নিৰ্দেশনা জাৰি কৰা নাই বিমান চলাচল সম্পৰ্কত ৷