গুৱাহাটী,১৪ জুনঃ চলিত মাহৰ ৮ জুনত গুৱাহাটী হাতীগাঁও আৰক্ষীয়ে চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল গগন ৰাজবংশী নামৰ এজন আচামীক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত কৰা স্বাৱ টেষ্টৰ পাছত তেওঁৰ দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ফলত চুৰটোৰ সংস্পৰ্শলৈ অহা ১২ জনকৈ আৰক্ষীক এতিয়া কোৱাৰেন্টাইন কৰিছে স্বাস্থ্য বিভাগে। ইপিনে সমগ্ৰ বিষয়টোক লৈ চিন্তিত হৈ পৰিছে আৰক্ষী বিভাগ ।
আচামীৰ দেহত ক'ৰণা পজিটিভঃ কোৱাৰেণ্টাইলৈ আৰক্ষী - guwhati
অসমত এজন চুৰীৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আচামীৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ উপস্থিতি । চুৰৰ সংস্পৰ্শলৈ অহা আৰক্ষী হ'ল কোৱাৰেন্টাইন । চিন্তিত আৰক্ষী বিভাগ।
![আচামীৰ দেহত ক'ৰণা পজিটিভঃ কোৱাৰেণ্টাইলৈ আৰক্ষী আচামীৰ দেহত ক'ৰণা পজিটিভ আৰক্ষী কোৱাৰেন্টাইনত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:25-as-ghy-01-police-quarantaine-7204039-14062020104211-1406f-1592111531-82.jpg)
আচামীৰ দেহত ক'ৰণা পজিটিভ আৰক্ষী কোৱাৰেন্টাইনত