- হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সুঃখবৰ
- হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰিলে লাভ কৰিব চৰকাৰৰ পৰা মাননি
- বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক খোৱা বোৱাৰ বাবদ চৰকাৰে দিব ৭০০ টকা
- চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ আৱাসীসকলে লাভ কৰিব এই সুবিধা
- গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কে বি ভি এচ এণ্ড এ ষ্টাডিজ বিশ্ববিদ্যালয়অধ্যয়নৰত শিক্ষাৰ্থীক মাননি প্ৰদানৰ সিদ্ধান্ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ
হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীলৈ সুঃখবৰ
ৰাজ্যৰ শিক্ষা বিভাগৰ নতুন ঘোষণা ৷ হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰিলে ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰে দিব মাননি ৷
হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীলৈ সুঃখবৰ