অসম

assam

ETV Bharat / state

খ্ৰীষ্টানবস্তিৰ পূজা মণ্ডপত ৰাজ্যপাল জগদীশ মুখী - ৷ স্বচ্ছ ভাৰত আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা

খ্ৰীষ্টানবস্তি পূজা মণ্ডপত উপস্থিত হৈ পূজা-অৰ্চনা ৰাজ্যপাল জগদীশ মুখীৰ ৷ খ্ৰীষ্টানবস্তি পূজা মণ্ডপৰ শলাগ লয় ৰাজ্যপাল গৰাকীয়ে ৷ ৰাজ্যপাল গৰাকীয়ে বৃদ্ধা আশ্ৰমৰ মহিলা সকলক সম্বৰ্ধনা জনায় ৷

খ্ৰীষ্টানবস্তি পূজা মণ্ডপত ৰাজ্যপাল জগদীশ মুখী

By

Published : Oct 7, 2019, 6:20 PM IST

গুৱাহাটী, 7 অক্টোবৰঃ দুৰ্গোৎসৱৰ মহানৱমীৰ দিনা ৰাজ্যপাল জগদীশ মুখী পত্নীৰ সৈতে খ্ৰীষ্টানবস্তি পূজা মণ্ডপত উপস্থিত হৈ পূজা-অৰ্চনা কৰে ৷ অসমীয়া সমাজ জীৱনৰ ব্যৱহৃত থলুৱা বাঁহ-বেতৰ শিল্পকৰ্মৰে নিৰ্মাণ কৰা খ্ৰীষ্টানবস্তি পূজা মণ্ডপৰ শলাগ লয় ৰাজ্যপাল গৰাকীয়ে ৷ অসমৰ প্ৰখ্যাত শিল্পী নুৰুদ্দিন আহমেদৰ তত্ত্বাবধানত নিৰ্মাণ হৈছে এই পূজা মণ্ডপ ৷ স্বচ্ছ ভাৰত আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা উপদেশক লক্ষ্য ৰাখি এইবাৰৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে বুলি জনাই আয়োজক সমিটিয়ে ৷ লগতে পূজাথলীত ৰাজ্যপাল গৰাকীয়ে বৃদ্ধা আশ্ৰমৰ বহু মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

খ্ৰীষ্টানবস্তিৰ পূজা মণ্ডপত ৰাজ্যপাল জগদীশ মুখী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details