অসম

assam

By

Published : Apr 10, 2019, 5:01 PM IST

ETV Bharat / state

গণতন্ত্ৰৰ এদিনত এইবাৰৰ অতিথি বিশিষ্ট অভিনেত্ৰী চেতনা দাস

কেনে আছিল তাহানিৰ তেজপুৰৰ ৰাজনীতি? "এতিয়া আৰু সেই দিন নাই, সেইবাবেই ৰাজনীতি বেয়া পোৱা হ'লো "

গণতন্ত্ৰৰ এদিন


" গণতন্ত্ৰৰ এদিন "ত এইবাৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস

  • কিয় ৰাজনীতি বেয়া পাই চেতনা দাসে?
  • স্বভাৱজাত ৰসিকতাৰে চেতনা দাসে কি ক'লে সাংবাদিক গৌতম বৰুৱাক
  • নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনৈতিক নেতা, জনপ্ৰতিনিধিৰ সুমতি বিচাৰি চেতনা দাসৰ প্ৰাৰ্থনা
  • কেনে আছিল তাহানিৰ তেজপুৰৰ ৰাজনীতি?
  • "এতিয়া আৰু সেই দিন নাই, সেইবাবেই ৰাজনীতি বেয়া পোৱা হ'লো "
  • " মোৰ কোনো পাৰ্টি নাই, এটাই পাৰ্টি আছে- ' গান পাৰ্টি ' "
  • " আমাৰ নেতাসকলে জাতিটোক বচাওক, দেশখনক ভালকৈ ৰাখক "

তাহানিৰ বৰ অসমৰ মেপখনৰ কথা মনত পৰি চকু সেমেকি উঠিল চেতনা দাসৰ

গণতন্ত্ৰৰ এদিন

ABOUT THE AUTHOR

...view details