অসম

assam

GMC operation continues: মহানগৰীত পৌৰ নিগমৰ অভিযান অব্যাহত

By

Published : Nov 15, 2022, 8:40 PM IST

মহানগৰীত পৌৰ নিগমৰ অভিযান ৷ জ্যোতিকুছি শংকৰ নগৰ পথত থকা আনন্দ বেকাৰীত চলিল এই অভিযান ৷ শিশু শ্ৰমিকক কামত নিয়োজিত কৰাৰ লগতে বৈধ নথি পত্ৰ অবিহনে বেকাৰীখন চলাই অহাৰ অভিযোগ ৷

GMC raids in Guwahati
মহানগৰীত পৌৰ নিগমৰ অভিযান

  • মহানগৰীত অব্যাহত আছে পৌৰ নিগমৰ অভিযান (GMC operation continues to Guwahati)
  • এইবাৰ জ্যোতিকুছি শংকৰ নগৰ পথস্থিত আনন্দ বেকাৰীত চলিল অভিযান
  • শিশু শ্ৰমিকক কামত নিয়োজিত কৰাৰ লগতে বৈধ নথি পত্ৰ অবিহনে বেকাৰীখন চলাই অহাৰ অভিযোগ
  • দুৰ্গন্ধময় তথা অস্বাস্থ্যকৰ পৰিৱেশত বিস্কুট, ব্ৰেড বনাই বিক্ৰী কৰি আহিছিল বেকাৰীৰ স্বত্বাধিকাৰী ৰাজ নাৰায়ন প্ৰধানে
  • বেকাৰীটোত নিয়োজিত ৪ গৰাকী শিশু শ্ৰমিকৰ এজনক উদ্ধাৰ কৰিলে শিশু সুৰক্ষা বিভাগে
  • স্বত্বাধিকাৰীক জৰিমনা বিহাৰ লগতে GMCৰ কৰ্মচাৰীয়ে ধ্বংস কৰিলে বেকাৰীত মজুদ ৰখা খাদ্য সামগ্ৰীসমূহ
  • চাফ-চিকুনৰ লগতে নথি পত্ৰসমূহ নবীকৰণ কৰাৰ পাছতহে বেকাৰীটো পুনৰ খোলাৰ নিৰ্দেশ
  • অন্যথা পৰৱৰ্তী সময়ত বেকাৰীটো সম্পূৰ্ণৰূপে ছিল কৰি দিয়া হ’ব বুলি জনালে GMC কৰ্তৃপক্ষই

ABOUT THE AUTHOR

...view details