অসম

assam

GMC operation continues: অনুমতিবিহীন হৰ্ডিঙৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান

By

Published : Mar 11, 2022, 10:21 PM IST

পৌৰ নিগমৰ অনুমতি অবিহনে গুৱাহাটী মহনগৰীৰ ভিন্ন প্ৰান্তত লগোৱা হৰ্ডিঙৰ বিৰুদ্ধে পৌৰনিগম(Guwahati Municipal Corporation)ৰ অভিযান । অভিযান চলাই আঁতৰ কৰে শতাধিক অবৈধভাৱে লগোৱা হৰ্ডিং (GMC operation continues) ।

Guwahati Municipal Corporation
অনুমতিবিহীন হৰ্ডিঙৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান

গুৱাহাটী, ১১ মাৰ্চ:গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Corporation)ৰ অনুমতি নোলোৱাকৈ অবৈধভাবে গুৱাহাটীৰ বিভিন্ন ঠাইত লগোৱা আৰু স্থাপন কৰা হৰ্ডিঙৰ বিৰুদ্ধে এইবাৰ গুৱাহাটী পৌৰ নিগমে অভিযান আৰম্ভ কৰিছে । গুৱাহাটী পৌৰ নিগমে শুক্ৰবাৰে গুৱাহাটী পৌৰ নিগমৰ অনুমতি নোলোৱাকৈ অবৈধভাবে গুৱাহাটীৰ গুৱাহাটী ক্লাব আৰু শিলপুখুৰীৰ বিভিন্ন ঠাইত লগোৱা আৰু স্থাপন কৰা হৰ্ডিঙৰ বিৰুদ্ধে অভিযান চলায় (GMC operation continues against illegal hording)।

অনুমতিবিহীন হৰ্ডিঙৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান

গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে গুৱাহাটী পৌৰ নিগমৰ অনুমতি নোলোৱাকৈ অবৈধভাবে গুৱাহাটীৰ গুৱাহাটী ক্লাব আৰু শিলপুখুৰীৰ বিভিন্ন ঠাইত লগোৱা আৰু স্থাপন কৰা হৰ্ডিঙৰ বিৰুদ্ধে অভিযান চলাই আঁতৰ কৰে শতাধিক অবৈধ হৰ্ডিং ।

গুৱাহাটী ক্লাব আৰু শিলপুখুৰীৰ বিভিন্ন স্থানত চলাই অভিযান

উল্লেখ্য যে মহানগৰীত বিভিন্ন বানিজ্যিক অনুষ্ঠানে গুৱাহাটী পৌৰ নিগমৰ অনুমতি নোলোৱাকৈ অবৈধভাবে গুৱাহাটীৰ বিভিন্ন ঠাইত যধেযধে হৰ্ডিঙ লগোৱা আৰু স্থাপন কৰা বিৰুদ্ধে পৌৰ নিগমে লাভ কৰা বিভিন্ন ৰাজহুৱা অভিযোগৰ এই অভিযান আৰম্ভ কৰিছে বুলি পৌৰ নিগমৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক:Road Accident in Guwahati : গুৱাহাটীৰ পথ দুৰ্ঘটনাত নিহত দিব্যাংগ

ABOUT THE AUTHOR

...view details