গুৱাহাটী, 19 ডিচেম্বৰ:গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিয়লি 5 বজাৰ ভিতৰত ৰাজ্য চৰকাৰক ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি কৰ্তন কৰি ৰখা হৈছিল ইন্টাৰনেট সেৱা ৷
বৃহস্পতিবাৰে ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
বৃহস্পতিবাৰে বিয়লি 5 বজাৰ ভিতৰত ৰাজ্য চৰকাৰক ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশনা জাৰি উচ্চ ন্যায়ালয়ৰ ৷
উচ্চ ন্যায়ালয়