গুৱাহাটী, 2 মে': বুধবাৰে মহানগৰীৰ গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন সমিতিৰ জলছাহৰ আয়োজন । এই অনুষ্ঠানত অনুষ্ঠিত কৰা হয় মক্তব প্ৰতিযোগিতাৰ, য'ত অঞ্চলটোৰ বহু শিশু তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ।
গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন - গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন
মহানগৰীৰ গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন সমিতিয়ে আয়োজন কৰে জলছাহ । বিশ্বশান্তিৰ হকে আল্লাৰ ওচৰত এক সমজুৱা দোৱাৰ আয়োজন
![গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3170515-thumbnail-3x2-dua.jpg)
গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন
গাড়ীগাঁও ঔৰতল মছজিদত দ্বিনী জলছাহ উদযাপন
আৰু পঢ়কঃবগীবিলক চেৰ পেলোৱাৰ দিশে নগাঁৱৰ এখন দলং
সমাজৰ বৰ্তমানৰ পৰিস্থিতি তথা ইছলাম ধৰ্মীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় এই অনুষ্ঠানত । ইফালে বৃহস্পতিবাৰে এই জলছাহ উপলক্ষে বিশ্বশান্তিৰ উদ্দেশ্যে আল্লাৰ ওচৰত এক সমজুৱা দোৱাও অনুষ্ঠিত কৰা হয়। জলছাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কৌতুক অভিনেতা তথা খেপো মামা খ্যাত তাজিৰ আহমেদকে ধৰি কেইগৰাকীও ধৰ্মীয় গুৰু ।