গুৱাহাটী,12 এপ্ৰিলঃ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন বাকী। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বাপতিসাহোন বিহুটিক আদৰিবলৈ সাজু হৈছে সকলো।
গুড়,চিৰা,লাডু,পিঠাৰে উভৈনদী গণেশগুৰিৰ বজাৰ - বজাৰ
বিহু উপলক্ষে বজাৰতো ভিৰ বাঢ়িছে গ্ৰাহকৰ । বিহুৰ বজাৰত গণেশগুৰিত উপলব্ধ হৈছে নগাঁও আৰু মঙলদৈৰ গুড়
![গুড়,চিৰা,লাডু,পিঠাৰে উভৈনদী গণেশগুৰিৰ বজাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2981402-thumbnail-3x2-ghy.jpg)
গুড়,চিৰা,লাড়ু,পিঠাৰে উভৈনদী গণেশগুৰিৰ বজাৰ
গুড়,চিৰা,লাড়ু,পিঠাৰে উভৈনদী গণেশগুৰিৰ বজাৰ
ইপিনে বিহু উপলক্ষে বজাৰতো ভিৰ বাঢ়িছে গ্ৰাহকৰ। সমান্তৰালকৈ গ্ৰামাঞ্চলত প্ৰস্তুত হোৱা বিভিন্ন খাদ্যৰ লগতে গুড়,চিৰা, লাড়ু, পিঠাৰে ভৰি পৰিছে বিহুৰ বজাৰ। বিহুৰ বজাৰত গণেশগুৰিত উপলব্ধ হৈছে নগাঁও আৰু মঙলদৈৰ গুড় । মুঠৰ ওপৰত হেপাঁহৰ বিহুটিক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ ।